মহাৰাষ্ট্ৰৰ পালঘৰত বিধ্বংসী অগ্নিকাণ্ড। নালাচোপাৰাৰ ধনীৱ বাগ এলেকাৰ পাৰ্কিং এলেকাত অগ্নিকাণ্ড। জ্বলি ভস্মীভূত পাৰ্কিঙত ৰখাই থোৱা ৭খনকৈ বাহন। পাৰ্কিঙত ৰখাই থোৱা হৈছিল এখন ৰাসায়নিক পদাৰ্থভৰ্তি ট্ৰাকো।