মহানগৰীৰ যোৰাবাট আৰক্ষীৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা। যোৰাবাট আৰক্ষী চকীৰ ASI মতলেব আলীক ৰিজাৰ্ভ ক্ল’জ। মহানগৰ আৰক্ষীৰ বিভাগীয় তদন্তৰ আওতাত ASI মতলেব আলী। প্ৰশাসনিক কাৰণত এই জৰুৰী নিৰ্দেশনা মহানগৰ আৰক্ষী আয়ুক্ত কাৰ্যালয়ৰ।