মহানগৰীস্হ সাংবাদিক আজিজুৰ ৰহমান শইকীয়া চিকিৎসাধীন

79

ষ্টাফ ৰিপোৰ্টাৰ: মহানগৰীস্হ সাংবাদিক আজিজুৰ ৰহমান শইকীয়াক পেনক্ৰিয়াটাইটিচত(পেনক্ৰিয়াচৰ সংক্ৰমণ) আৰু গ’ল ব্লাডৰৰ পাথৰ সংক্ৰান্তীয় অসুস্হতাৰ বাবে শনিবাৰে দুপৰীয়া হাতীগাঁওস্হিত গ্ল’বেল হাস্পতালত ভৰ্তি কৰা হৈছে। বৰ্তমান বিশিষ্ট চিকিৎসক পদ্মশ্ৰী ডাঃ ইলিয়াছ আলীৰ তত্বাৱধানত তেওঁৰ চিকিৎসা চলি আছে।