মহানগৰীত সক্ৰিয় গাড়ী চুৰি চক্ৰ। এইবাৰ হাতীগাঁৱত চুৰি এখন মেক্স পিকআপ বাহন। নিশা সিজুৱাৰীৰ চুকাফা ভৱনৰ সমীপৰ পৰা বাহন নিলে চোৰে। ১২ নং ঘৰৰ পৰা চোৰে নিলে AS-01X-7983 নম্বৰৰ বাহন । ইতিমধ্যে হাতীগাঁও থানাৰ কাষ চাপিছে বাহনৰ স্বত্বাধিকাৰী মালেক আলী।