মহানগৰীত পুনৰ কিশোৰী নিৰুদ্দেশৰ ঘটনা। বেলতলা চাৰ্ভেৰ পৰা নিৰুদ্দেশ নেহা কুমাৰী নামৰ এগৰাকী কিশোৰী। দেওবাৰৰ বিয়লিৰ পৰা সন্ধান নাই নেহা কুমাৰীৰ। ঘটনা সন্দৰ্ভত দিছপুৰ আৰক্ষীৰ কাষ চাপিছে কিশোৰীগৰাকীৰ পৰিয়াল।