উত্তৰ-পূৱ মহানগৰীত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক By Dipshikha - July 11, 2024 82 FacebookPinterestWhatsAppPrint মহানগৰীত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক। পাটৰকুছি নতুন বজাৰৰ পৰা আটক ৰোহিত সিংলাক। হেৰ’ইনসহ আটক ৰোহিত সিংলাক। ধৃত সৰবৰাহকাৰীটোৰ পৰা উদ্ধাৰ ২৫টা ড্ৰাগছভৰ্তি কণ্টেইনাৰ। NDPS আইনৰ অধীনত মহানগৰ আৰক্ষীয়ে ৰুজু কৰিছে গোচৰ। Share this:Click to share on Facebook (Opens in new window)Click to share on WhatsApp (Opens in new window)Click to share on Pinterest (Opens in new window)Click to share on Twitter (Opens in new window)Click to print (Opens in new window)Like this:Like Loading...