মহানগৰীত ড্ৰাগছসহ এজনক আটক

337

মহানগৰীত নিশা বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ এজন সৰবৰাহকাৰীক আটক আৰক্ষীৰ।

বশিষ্ঠ আৰক্ষীয়ে নিশা অভিযান চলাই আটক কৰে ড্ৰাগছ সৰবৰাহকাৰীজনক।

ধৃত ড্ৰাগছ সৰবৰাহকাৰীজনক কমলপুৰৰ সূৰ্যকুমাৰ শৰ্মা ওৰফে চিন্টু বুলি জানিব পৰা গৈছে।

নিশা আৰক্ষীয়ে সাউকুছিৰ হকী ষ্টেডিয়ামৰ সমীপৰ পৰা গ্ৰেপ্তাৰ কৰে ধৃত ড্ৰাগছ ব্যৱসায়ীকমজনক।

সৰবৰাহকাৰী জনৰ পৰা জব্দ কৰে ১০ টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ আৰু মোবাইল ফোন।

অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।