মনীষ ছিছ’ডিয়ালৈ কামৰূপ চিজেএম আদালতৰ চমন…

275

দিল্লীৰ উপ–মুখ্যমন্ত্ৰী মনীষ ছিছ’ডিয়ালৈ চমন জাৰি কৰিছে কামৰূপ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে।

২৯ ছেপ্টেম্বৰত কামৰূপ চিজেএমত হাজিৰ হ’বলৈ নিৰ্দেশ ছিছ’ডিয়াক।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফৌজদাৰী মানহানি গোচৰত চমন ছিছ’ডিয়ালৈ।

পিপিই কিট ক্ৰয়ত কেলংকাৰীক হোৱাৰ অভিযোগ তুলিছিল ছিছ’ডিয়াই।

এই সন্দৰ্ভত দিল্লীত সংবাদমেল সম্বোধন কৰিছিল মনীষ ছিছ’ডিয়াই।

৫ আগষ্টত মনীষ ছিছ’ডিয়াৰ বিৰুদ্ধে গোচৰত জবানবন্দী দিছিল হিমন্ত বিশ্ব শৰ্মাই।