মধ্যপ্ৰাচ্যৰ যুঁজে লৈছে ভয়াৱহ ৰূপ। উল্লেখযোগ্য যে গাজাষ্ট্ৰীপ দখলৰ বাবে সাজু হৈছে ইজৰাইলী সেনা। গাজা সীমান্তত মোতায়েন কৰা হৈছে যুদ্ধৰ টেংক। হামাছৰ অস্ত্ৰ-শস্ত্ৰও জব্দ ইজৰাইলী সেনাৰ। প্ৰত্যাক্ৰমণত হামাছেও ইজৰাইললৈ নিক্ষেপ কৰিছে ৰকেট। ইজৰাইলক লক্ষ্য কৰি হামাছে ৬ হাজাৰ ৰকেট নিক্ষেপৰ তথ্য।

