মধ্যপ্ৰদেশৰ ৰাজগড়ত ভয়ংকৰ দুৰ্ঘটনা।
ট্ৰেক্টৰ দুৰ্ঘটনাত এইপৰ্যন্ত ১৩ গৰাকী লোকৰ মৃত্যু।
দুৰ্ঘটনাত নিহত ৪টি শিশুও।
গুৰুতৰভাৱে আহত ১৫গৰাকী।
ট্ৰেক্টৰৰ ট্ৰলী বাগৰি মৃত্যু আটাইকেইগৰাকীৰ ।
ঘটনাত শোকপ্ৰকাশ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূ, মুখ্যমন্ত্ৰী মোহন যাদৱৰ।