মণিপুৰত নিৰুদ্দেশ অসমৰ এজন ব্যক্তিৰ

109

মণিপুৰত নিৰুদ্দেশ অসমৰ এজন ব্যক্তি।

নিৰুদ্দেশ হৈ আছে লাইচাৰাম কমল বাবু সিং।

মণিপুৰৰ কাংপোকপি জিলাৰ পৰা নিৰুদ্দেশ লাইচাৰাম।

কৰ্মসূত্ৰে মণিপুৰত থাকে মেইটেই সম্প্ৰদায়ৰ লাইচাৰাম।

এটা কনষ্ট্ৰাকশ্যন কোম্পানীৰ ছুপাৰভাইজৰ হিচাপে আছিল লোকজন।

যোৱা ২৫ নৱেম্বৰৰ পৰা সন্ধান নাই লাইচাৰামৰ।

কুকি উগ্ৰপন্থীয়ে লাইচাৰামক অপহৰণ কৰাৰ সন্দেহ পৰিয়ালৰ।