ভোডাফোন আইডিয়াৰ অফিচিয়েল বিবৃতি

59

“কিছুমান ব্যক্তি/গ্ৰুপে ভি ৰ অসমত সেৱা বন্ধ কৰাৰ বিষয়ে ভুৱা বাতৰি প্ৰচাৰ কৰি আছে। আমি স্পষ্ট কৰিব বিচাৰো যে এইটো আমাৰ গ্ৰাহকসকলক বিপথে পৰিচালিত কৰিবলৈ বিয়পি পৰা সম্পূৰ্ণ মিছা আৰু ভিত্তিহীন বাতৰি। আমি জনাব বিচাৰো যে কোম্পানীটোৰ বিষয়ে এনে ভুৱা বাতৰি প্ৰচাৰ কৰাত লিপ্ত হোৱাৰ বাবে জনা জাত যিকোনো লোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। ভি আমাৰ গ্ৰাহকসকলক বজাৰত সেৱা আগবঢ়োৱাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হৈ আছে।”