ভোগালী বিহুৰ প্ৰাকক্ষণত ৰাজ্যবাসীৰ বাবে দুঃখবৰ

409

ভোগালী বিহুৰ প্ৰাকক্ষণত ৰাজ্যবাসীৰ বাবে দুঃখবৰ৷ আজিৰে পৰা অনিৰ্দিষ্টকাললৈ বন্ধ থাকিব ৰন্ধন গেছ প্ৰকল্পৰ পৰিবহণ সেৱা৷ বন্ধ থাকিব উত্তৰ-পূবৰ ৭ টাকৈ গেছ প্ৰকল্পৰ পৰিবহণ সেৱা৷ বন্ধ থাকিব উত্তৰ গুৱাহাটী, সৰপাৰা মিৰ্জা, গোপানাৰী তিনিচুকীয়া, বঙাইগাঁও, ডিমাপুৰ, শিলচৰ, দুলীয়াজান বটলিং প্লাণ্টৰ পৰিবহণ সেৱা৷ উত্তৰ-পূব PACKED LPG ট্ৰেন্সপ’ৰ্টাৰ এছোচিয়েচনৰ ধৰ্মঘট কাৰ্যসূচী, কেইবাদফীয়া দাবীত ৰূপায়ণ এই ধৰ্মঘট কাৰ্যসূচী৷