ভুৱা ADHAR CARD PAN CARD ভোটাৰ আই ডি বনোৱা দুই অপৰাধীক কৰায়ত্ত বটদ্ৰৱা আৰক্ষীৰ ।

156

ADHAR CARD PAN CARD ভোটাৰ আই ডি বনোৱা দুই অপৰাধীক কৰায়ত্ত বটদ্ৰৱা আৰক্ষীৰ ।

বটদ্ৰৱা আৰক্ষীৰ অভিযানত ডুমডুমীয়া বজাৰৰ এখন দোকানৰ পৰা আটক দুই অপৰাধীক। অপৰাধী দুটা ডুমডুমীয়াৰ মুস্তাফা আহমেদ আৰু নুৰজামাল গাজী।

অপৰাধী চক্ৰটোৱে ডুমডুমীয়া বজাৰত থকা এখন দোকানৰ পৰা বহুদিন ধৰি ভূৱা আধাৰ কাৰ্ড , পানকাৰ্ড, ভোটাৰ ID আদি যোগান ধৰি আহিছিল।

আটকাধীন অপৰাধী দুটাৰ পৰা বহুকেইখন ভুৱা আধাৰ কাৰ্ড, পান কাৰ্ড , ভোটাৰ আই দিৰ লগতে কেবাটাও মোবাইল চেট এপ্লিকেচন ফৰ্ম, কম্পিউটাৰ আৰক্ষীয়ে জব্দ কৰে।

উল্লেখ্য যে কি উদ্দেশ্যত অপৰাধী দুটাই এই অবৈধ কামত লিপ্ত হৈছিল তাক লৈ জেৰা অব্যাহত ৰাখিছে নগাওঁ আৰক্ষীয়ে।