ভাৰত বাংলাদেশ সীমান্তৰ কাছাৰৰ কাটিগড়াত আটক তিনি অবৈধ বাংলাদেশী। নিতৌ বাংলাদেশ সীমান্তৰে অসমৰপৰা ম’হৰ চোৰাং সৰবৰাহ কৰে লোককেইজনে। গাঁওৰক্ষী বাহিনীৰ সোধা-পোছাত আটক কৰা হয় বাংলাদেশীকেইজন।