বৰপেটা জিলা সমাজ কল্যাণ বিষয়াৰ কৰ্মকাণ্ডত অসন্তুষ্ট স্বয়ং অতিৰিক্ত উপায়ুক্ত ।

264

বৰপেটা জিলা সমাজ কল্যাণ বিষয়াৰ কৰ্মকাণ্ডত অসন্তুষ্ট স্বয়ং অতিৰিক্ত উপায়ুক্ত । সভাৰ মাজতেই প্ৰশ্নবান বিষয়াক । দালালৰ বিৰুদ্ধে সৰৱ অতিৰিক্ত উপায়ুক্ত দীপাংকৰ কলিতা । বৰপেটাত অনুষ্ঠিত বিশ্ব অক্ষমতা দিৱসৰ এক অনুষ্ঠানত এনেদৰে মন্তব্য কৰে অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে ।