ষ্টাফৰিপৰ্টাৰ, গুৱাহাটীৰ খাৰঘূলিস্থিত বৰঠাকুৰ ক্লিনিক এণ্ড নাৰ্ছিং হোম খালী কৰি ছীল কৰাৰ নিৰ্দেশ দিয়া হৈছে। কামৰূপ(ম) জিলা উপায়ুক্তই এই নিৰ্দেশনা জাৰি কৰিছে। অতি বিপদজনক অৱস্থাত আছে ব্ৰহ্মপুত্ৰৰ পাৰৰ সুৰক্ষা দেৱাল।যিকোনো সময়ত ভয়ংকৰ ভূমিস্খলনৰ আশংকা কৰা হৈছে।