বঢ়মপুৰ সমষ্টিৰ বাবে প্ৰফুল্ল কুমাৰ মহন্তৰ হৈ মনোনয়ন পত্ৰ সংগ্ৰহ ঋতুৰাজ বৰাৰ

53

বঢ়মপুৰ সমষ্টিৰ বাবে মনোনয়ন পত্ৰ সংগ্ৰহ কৰিলে প্ৰফুল্ল কুমাৰ মহন্তই ৷ অগপ দলৰহৈ মনোনয়ন পত্ৰ সংগ্ৰহ কৰে মহন্তৰ হৈ বঢ়মপুৰৰ অগপ নেতা ঋতুৰাজ বৰাই ৷ মনোনয়ন পত্ৰ সংগ্ৰহ কৰা অগপৰ নগাঁও জিলাৰ কাৰ্যনিৰ্বাহক ঋতুৰাজ বৰাই মহন্তক অগপই প্ৰাৰ্থিত্ব নিদিলে বঢ়মপুৰত অগপ (প্ৰ) দলৰ পৰা প্ৰতিদণ্দীতা কৰিব বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে ৷