বোকাজানত ভয়ঙ্কৰ অগ্নিকাণ্ড ।
বোকাজান আৰক্ষী থানা অন্তৰ্গত অমৰাজান কছাৰী বস্তিত চৰ্ত চাৰ্কিটৰ ফলত সংঘটিত হয় উক্ত অগ্নিকাণ্ড ঘটনা।
কছাৰী বস্তিৰ নিবাসী ননী দেৱ ৰ পত্নী ছিংলেইমা ৰ ঘৰত সংঘটিত হয় এই অগ্নিকাণ্ড।
অগ্নিকাণ্ড ফলত বহু লক্ষাধিক টকাৰ সা সম্পত্তি জুইত জাহ যায়।

পৰৱৰ্তী সময়ত বোকাজানৰ অগ্নিনিৰ্বাপক বাহিনী ঘটনা স্থলীত উপস্থিত হৈ অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয়।
