বৃহৎ ওলট-পালটৰ দিশে বিহাৰৰ ৰাজনীতি। শীঘ্ৰে ভংগ হ’ব বিহাৰ বিধানসভা! BJPৰে পুনৰ মিত্ৰতা কৰিব নীতিশ কুমাৰৰ JDU!২৮ জানুৱাৰীত BJPৰ সমৰ্থনত নতুন চৰকাৰৰ শপত গ্ৰহণৰ সম্ভাৱনা। BJPৰ নেতা সুশীল মোদী হ’ব পাৰে বিহাৰৰ উপ মুখ্যমন্ত্ৰী। JDUৰ সকলো বিধায়কক পাটনাত থকাৰ নিৰ্দেশ। স্থগিত ৰখা হৈছে JDUৰ সকলো দলীয় কাৰ্যসূচী । RJD আৰু কংগ্ৰেছৰ বিৰুদ্ধে অসন্তুষ্ট নীতিশ কুমাৰ।
