বিশ্বনাথ চাৰিআলিত এনকাউণ্টাৰ। গুলীবিদ্ধ দুৰ্ধৰ্ষ চোৰাংচিকাৰী মহঃ আতাউৰ ৰহমান ওৰফে বাচ্চা। আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰোঁতে গুলীচালনা। ভৰিত গুলী লাগি আঘাতপ্ৰাপ্ত আতাউৰুক TMCHত ভৰ্তি। বহুকেইটা গঁড় হত্যাৰ ঘটনাত জড়িত আতাউৰ ওৰফে বাচ্চা