বিশিষ্ট কণ্ঠশিল্পী অৰ্চনা মহন্তৰ ব্ৰেইন ষ্ট্ৰ’কত আক্ৰান্ত

62

ষ্টাফৰিপৰ্টাৰ, বিশিষ্ট কণ্ঠশিল্পী অৰ্চনা মহন্তৰ ব্ৰেইন ষ্ট্ৰ’কত আক্ৰান্ত হৈছে। গুৱাহাটীৰ হেল্থ চিটী হাস্পতালত চিকিৎসাধীন অৱস্থাত আছে কণ্ঠশিল্পীগৰাকী কণ্ঠশিল্পীগৰাকী অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। শিল্পী গৰাকীৰ মঙলবাৰে নিজবাস গৃহতে ব্ৰেইন ষ্ট্ৰ’ক হৈছিল।
তেওঁ পূৰ্বৰে পৰা শাৰীৰিক অসুস্থতাত ভুগি আছিল।