বিলাসীপাৰাৰ মাছপাৰা ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা

253

বিলাসীপাৰাৰ মাছপাৰা ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা,

থিতাতে নিহত এজন আৰু গুৰুত্বৰ বাবে আহত এজন,

আজি ৰাতিপুৱা ৬.০০ বজাত বিলাসীপাৰাৰ মাছপাৰাত এই ভয়ংকৰ পথ দুৰ্ঘটনা সংগঠিত হৈছে,

AS-12T0290 নন্বৰ মটৰ চাইকেল আৰু WB -57C-3092 নন্বৰ ট্ৰাকৰ মাজত মূখামুখি সংঘৰ্ষ হৈ থিতাতে এজন নিহত,

নিহত ব্যক্তি গৰাকী আছিল ৰফিকুল ইছলাম, আৰু গুৰুত্বভাৱে আহত ব্যক্তি গৰাকী আছিল জাকিৰ হোসেন বুলি জানিব পৰা গৈছে,

বিলাসীপাৰা অসামৰিক চিকিৎসালয়ত জাকিৰ হোসেন বৰ্তমান চিকিৎসাধীন হৈ আছে।