▪️বিলাসীপাৰাৰ পাটাকাটা ২য় খণ্ড গাঁৱত বিধ্বংসী অগ্নিকাণ্ড ।
▪️গাঁও খনৰ আব্দুল খালেকৰ বাসগৃহত সংঘটিত হয় অগ্নিকাণ্ডৰ |
▪️অগ্নিকাণ্ডত একেটা পৰিয়ালৰ তিনিটা বাসগৃহ ভস্মীভূত হয়।
▪️জুইত জাহ যায় পৰিয়ালটোৰ ধান, মৰাপাটকে ধৰি কেবালাখ টকাৰ সা সামগ্ৰী ।
▪️অগ্নিকাণ্ডৰ কাৰন বৰ্তমানলৈ জানিব পৰা হোৱা নাই ।

