বিলাসীপাৰাত দুৰ্বৃত্তলৈ আৰক্ষীৰ গুলীচালনা৷ আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰোঁতেই গুলীচালনা৷ গুলীবিদ্ধ ছফিকুল ইছলাম নামৰ দুৰ্ধৰ্ষ দুৰ্বৃত্তটো৷ চিৰাকুটাৰ বেতবাৰীলৈ আৰক্ষীয়ে লৈ গৈছিল দুৰ্বৃত্তটোক৷