বিপদত ভাৰতীয় খেলুৱৈ

85

বিশ্বকাপৰ খিতাপ দখল কৰাৰ পাছতেই বিপদত ৰোহিত বাহিনী৷

বাৰ্বাডোজৰ হোটেলত আৱদ্ধ টীম ইণ্ডিয়াৰ খেলুৱৈৰ লগতে পৰিয়াল৷

কালঘূৰ্ণী ধুমুহাৰ হাইএলাৰ্ট জাৰি কৰাৰ পাছতেই বাতিল সকলো বিমান, বন্ধ কৰি দিয়া হৈছে বিমানবন্দৰ৷

হোটেলৰ কোঠাৰ ভিতৰতে থাকিবলৈ নিৰ্দেশ খেলুৱৈসকলক৷