বিধায়ক আমিনুল ইছলামৰ জামিন মঞ্জুৰ

101

ষ্টাফ ৰিপৰ্টাৰ :বিধায়ক আমিনুল ইছলামৰ জামিন মঞ্জুৰ কৰা হৈছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰিলে জামিন। চৰ্তসাপেক্ষে জামিন মঞ্জুৰ কৰা হৈছে এ আই ইউ ডি এফৰ বিধায়কজনৰ।