বিদুৎ বিভাগৰ চৰম গাফিলতি তথা অৱহেলা

201

বিদুৎ বিভাগৰ চৰম গাফিলতি তথা অৱহেলা ।

চৰম অৱহেলাৰ পৰিচয় দাঙি ধৰিলে আমগুৰিৰ বৈদ্যুতিক উপসংমণ্ডলে।

আমগুৰি বৈদ্যুতিক উপসংমণ্ডৰ অধীনস্থ নতুন লোণপুৰীয়াৰ দৃশ্য ।

সামান্য উচ্চতাতে এনেদৰে বিপদ শংকূল ভাৱে ওলমি আছে বিদ্যুৎ পৰিবাহী তাৰ ।

ৰাইজৰ অভিযোগৰ প্ৰতি কাণসাৰ নিদিয়াৰ গুৰুত্বৰ অভিযোগ স্থানীয় ৰাইজৰ ।

জৰুৰীকালীন অৱস্থাত কৰ্তব্যৰত লাইন মেইন গৰাকীক ফোনৰ যোগে অৱগত কৰাৰ পাছতো কোনো গুৰুত্বৰ নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে