বিটিআৰৰ পৰ্বতঝোৰাৰ কাজিগাওঁ ৰাজ্যিক চিকিৎসালয়ত ছি, ছি, ব্লকৰ কামত ঠিকাদাৰৰ চলিছে লুণ্ঠনৰাজঃ ঠিকাদাৰক ৰক্ষণাবেক্ষণ দিছে এইবাৰ চয়ং চিকিৎসালয়খনৰ এগৰাকী কৰ্মচাৰীয়ে।যি সময়ত ৰাজ্য চৰকাৰৰ এইগৰাকী মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু বি টি আৰৰ প্ৰধান প্ৰমোদ বড়োই দূৰ্নীতি , লুণ্ঠনৰাজ , বিয়াগোম কেলেংকাৰী , ধৰ্ষণ , বাল্যবিবাহ , গো — মাফিয়া , নিচা জাতীয় দ্ৰব্য বন্ধ কৰাৰ বাবে বিভিন্ন প্ৰক্ৰিয়া অৱ্যহত ৰাখিছে। সেই সময়ত চলাই আহিছে মুকলি বাবে একাংশ ব্যক্তিয়ে লুণ্ঠনৰাজৰ বজাৰ। বি টি আৰৰ প্ৰমোদ বড়ো চৰকাৰৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দেৰ স্বাস্থ্য বিভাগৰ কাজিগাওঁ ৰাজ্যিক চিকিৎসালয়ৰ ছি , ছি , ব্লকৰ কামৰ নমুনা। খণ্ডযুদ্ধত এগৰাকী কৰ্মচাৰীৰ বিৰুদ্ধে ৰাজ্য চৰকাৰ আৰু বি টি আৰৰ প্ৰমোদ বড়ো চৰকাৰে কি পদক্ষেপ লয় সেয়া হৱ সময়তে লক্ষ্যণীয়।
