যদি আকৌ এবাৰ বিজেপি চৰকাৰ গঠন হয় তেন্তে মুছলমান সকলে নাপায় কোনোধৰণৰ সুবিধা।বিজেপি চৰকাৰে প্ৰত্যাহাৰ কৰিব মুছলমান সকলৰ বাবে থকা সংৰক্ষণ।পূৰ্বে মুছলমান সকলৰ বাবে যি সংৰক্ষন আছিল সেয়াও বিজেপি চৰকাৰে প্ৰত্যাহাৰ কৰিব।এতিয়াৰে পৰা যদিহে বিজেপি চৰকাৰ পুনৰবাৰ গঠন হয় তেন্তে মুছলমান সকল পূৰ্বে যি সুবিধা পাইছিল আৰু নাপায়।সকলো সুবিধা বাতিল কৰা হব।এনেদৰে মন্তব্য কৰে গৃহমন্ত্ৰী অমিত শ্বাহে।লগতে উল্লেখ কৰে যে ধর্ম-ভিত্তিক সংৰক্ষণক “অসাংবিধানীক “বুলি মন্ত্যব কৰে।

