বানপীড়িত ৰাইজক সকাহ দিবলৈ সদৌ অসমীয়া ছাত্ৰ সংস্থা

78

ষ্টাফৰিপৰ্টাৰ, অসমৰ বান পৰিস্থিতিয়ে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সময়ত বানপীড়িত ৰাইজক সকাহ দিয়াৰ বাবে আগবাঢ়ি আহিছে নতুন দিল্লীৰ অসমীয়া ছাত্ৰ-ছাত্ৰী ৰ সংগঠন সদৌ অসমীয়া ছাত্ৰ সংস্থা। সংগঠনটোৱে ইতিমধ্যে অনলাইন যোগে সমগ্ৰ ভাৰতত কেম্পেইন কৰি সংগ্ৰহ কৰিছে বান সাহায্য।