বানত নিহত হোৱা প্ৰতিগৰাকী লোকৰ আত্মীয়লৈ ২ লাখ টকাকৈ এককালীন আৰ্থিক সাহায্য

72

ষ্টাফৰিপৰ্টাৰ,ৰাজ্যত বানত নিহত হোৱা প্ৰতিগৰাকী লোকৰ আত্মীয়লৈ ২ লাখ টকাকৈ এককালীন আৰ্থিক সাহায্য ঘোষণা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ অধীনত এই আৰ্থিক সাহায্যত অনুমোদন প্ৰধানমন্ত্ৰী মোদীৰ। প্ৰধানমন্ত্ৰীক ধন্যবাদ জনালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।