বাতিল হ’ব পাৰে লকডাউন শিথিলৰ সিদ্ধান্ত

60

ষ্টাফৰিপৰ্টাৰ, কামৰূপ মেট্ৰ’ৰ লকডাউন শিথিলৰ ক্ষেত্ৰত অনিশ্চয়তা দেখা গৈছে! কিছু সময় পূৰ্বে টুইট কৰি কাইলৈৰ সংশোধিত নিৰ্দেশনালৈ অপেক্ষা কৰাৰ আহ্বান ৰাজ্যৰ জনাইছে মুখ্য সচিবে। লগতে বাতিল হ’ব পাৰে লকডাউন শিথিলৰ সিদ্ধান্ত৷ শনিবাৰে মহানগৰীত পোৱা গৈছে ৭৭৭ কৰ’না পজিটিভ৷ কাইলৈ সংশোধিত নিৰ্দেশৰ ইংগিত মুখ্য সচিবৰ৷