বাঘজানৰ তৈল কূপত সংঘটিত ঘটনা সংক্ৰান্তত জনতা ভৱনত মুখ্যমন্ত্ৰীৰ বৈঠক

59

বাঘজানৰ তৈল কূপত সংঘটিত ঘটনা সংক্ৰান্তত জনতা ভৱনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়।বৈঠকত ক্ষয়-ক্ষতিৰ পৰ্যালোচনা কৰা হয়। বৈঠকত মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানকে ধৰি উচ্চ পদস্থ বিষয়া সকল উপস্থিত থাকে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশ ক্ৰমে বাঘজানৰ ঘটনাৰ তদন্তৰ বাবে অতিৰিক্ত মুখ্য সচিব মণিন্দৰ সিং আৰু অতিৰিক্ত প্ৰধান মুখ্য বন সুংৰক্ষক (বন্যপ্ৰাণী) এম কে যাদৱৰ ঘটনাস্থলীলৈ ৰাওনা।