বাঘজানৰ ঘটনা সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে মুখ্যমন্ত্ৰীৰ টেলিফোনিক বাৰ্তালাপ। প্ৰধানমন্ত্ৰীক ঘটনাস্থলীৰ শেহতীয়া পৰিস্থিতিৰ সবিশেষ অৱগত কৰিলে মুখ্যমন্ত্ৰীয়ে।
অগ্নিকাণ্ডৰ ঘটনাত ক্ষতিগ্ৰস্ত ৰাইজলৈ সকলোধৰণৰ সহায়-সহযোগিতাৰ আশ্বাস প্ৰধানমন্ত্ৰীৰ।
