বাঘজানবাসীৰ ৰোষত পৰিছে মন্ত্ৰী অতুল বৰা

92

ষ্টাফৰিপৰ্টাৰ, ১১ জুন :: বাঘজানবাসীৰ ৰোষত পৰিছে মন্ত্ৰী অতুল বৰা।মন্ত্ৰী
চন্দ্ৰমোহন পাটোৱাৰীৰ পিছত বাঘজানবাসীৰ ৰোষত পৰে অতুল বৰা। ক্ষুব্ধ ৰাইজে ঘেৰাও কৰিলে মন্ত্রী অতুল বৰাক।