বাক্সাৰ মুছলপুৰত ভয়ংকৰ ঘটনা

85

ষ্টাফ ৰিপোৰ্টাৰ, ১ মে’ : বাক্সাৰ মুছলপুৰত ভয়ংকৰ ঘটনা সংঘটিত হৈছে। চিকিৎসালয়ৰ পৰা পলায়ন কোৱাৰেণ্টাইনত থকা লোক ৰবি বড়ো অসামৰিক চিকিৎসালয়ৰ পৰা পলায়ন লোকজনৰ। ২৬ এপ্ৰিলত কোৱাৰেইণ্টাইন কৰা হৈছিল লোকজনক।