বতৰক লৈ ডাঙৰ আপডেট।
ৰাজ্যৰ ১৭খন জিলাত অৰেঞ্জ এলাৰ্ট।
বৰষুণৰ লগতে হ’ব ধুমুহা-বজ্ৰপাত!
অৰেঞ্জ এলাৰ্ট জাৰি কৰা জিলাসমূহত মূষলধাৰ বৰষুণৰ লগতে ৪০-৫০ কিলোমিটাৰ বেগত আহিব পাৰে ধুমুহা
ইয়াৰ উপৰি বিজুলি-ঢেৰেকনি আৰু বজ্ৰপাতৰ সম্ভাৱনাও ব্যক্ত কৰিছে বতৰ বিজ্ঞান বিভাগে।