মুকালমুৱাত বজ্ৰপাতত এটা পৰিয়ালৰ ১০টাকৈ পশুধনৰ মৃত্যু।
কপিল আলী নামৰ লোকজনৰ বাসগৃহত বজ্ৰ পৰি জুইৰ সূত্ৰপাত।
২নং কাপলাবড়ী চৰত নিশা সংঘটিত এই ঘটনা।
ভস্মীভূত প্ৰয়োজনীয় নথি-পত্ৰৰ লগতে নগদ ১০ হাজাৰ টকা।