বজাৰত মুকলি কৰিলেktmয়েৰ নতুন সংস্কৰণ my21 ktm 125

76

অসমৰ স্পৰ্টছ বাইকাৰ সকলৰ বাৰে সুখবৰ। প্ৰখ্যাত বাইক নিৰ্মাণ কোম্পানী ktmয়ে আজি বজাৰত মুকলি কৰিলে ইয়াৰ শেহতীয়া মডেল MY21 KTM duke ।ভাৰতৰ নম্বৰ ১ দ্ৰুতবেগী আৰু অতি জনপ্ৰিয় মটৰ চাইকেল ব্ৰেণ্ড ktmয়ে বজাৰত মুকলি কৰিলে ইয়াৰ নতুন সংস্কৰণ my21 ktm 125 duke। বাইক ৰাইডাৰ সকলক নতুন অভিজ্ঞতা প্ৰদানৰ প্ৰতীশ্ৰুতিৰে ছয়মাইল স্থিত ktmৰ showroomত এতিয়াৰে পৰা উপলব্ধ হব এই নতুন দুচকীয়া বাহন খন।