বকোৰ শলনিবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা

248

বকোৰ শলনিবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ তীব্ৰবেগী গাড়ী মহিতীয়ালে স্কুটী আৰোহীক ৷ থিতাতে নিহত যুৱক এজন গুৰুতৰ ভাবে আহত এজন ৷ নিহত যুৱক জন হৈছে বামুণীগাঁও ভুৰ্কীবাৰাৰ ৰূপম দাস ( 22) বুলি জানিব পৰা ৷ আহত যুৱক জন হ’ল পৰাগমনি বড়ো (22) বনগাঁও কেম্প চৌধুৰীপাৰা ৷ ঘটনা স্থলিত বকো আৰক্ষী উপস্থিত হৈ আহত যুৱক জন বকো স্বাস্থ্য কেন্দ্ৰত. ভৰ্তী কৰে ৷ দুৰ্ঘটনা সংঘটিত হোৱা স্কুটীৰ নং AS 25 H 1007 ।