বংগোপসাগৰত সৃষ্ট ঘূৰ্ণি বতাহ ‘মিধিলি’ক লৈ সতৰ্কবাণী।১৯, ২০ নৱেম্বৰত তামিলনাডু, কেৰালাত ধাৰাসাৰ বৰষুণৰ আগজাননী। মিজোৰামৰ আইজলত ধাৰাসাৰ বৰষুণ হোৱাৰ লগতে ইয়াৰ কাষৰীয়া অঞ্চলবোৰত বজ্ৰপাতৰ সম্ভাৱনা।