উত্তৰ প্রদেশৰ ফতেহপুৰত ৰে’ল দুৰ্ঘটনা।
দুখন মালগাড়ীৰ মাজত সংঘৰ্ষ।
যাৰ ফলত লাইনচ্যুত হ’ল কেইবাটাও দবা।
দুৰ্ঘটনাটোত বৰ্তমানলৈকে হতাহত হোৱাৰ খবৰ নাই অহা।
ৰে’ল আৰক্ষীয়ে এতিয়াও সদৰি কৰা নাই কোনো তথ্য।
বৰ্তমানেও তদন্ত অব্যাহত আছে।