প্ৰৱঞ্চনাৰ বলি অভয়াপুৰীৰ বিধায়ক প্ৰদীপ সৰকাৰ৷ বিধায়কগৰাকীৰ বেংক একাউণ্টৰ পৰা হৰলুকী প্ৰায় ৮১ লাখ টকা৷ KYC আপডেটৰ ছলেৰে দুষ্ট চক্ৰই হৰলুকী কৰে ধনৰাশি৷ বেংক একাউণ্টৰ লগত সংলগ্ন মোবাইল নম্বৰ প্ৰথমে সলনি দুষ্ট চক্ৰৰ৷বিধায়কগৰাকীয়ে বেংকৰ ষ্টেটমেণ্ট চোৱাৰ পাছতহে পোহৰলৈ আহে সমগ্ৰ ঘটনা।