প্ৰদান বৰুৱা, ভুৱন পেগুৰ উপস্থিতিত ধেমাজিত লংকাকাণ্ড

554

প্ৰদান বৰুৱা, ভুৱন পেগুৰ উপস্থিতিত ধেমাজিত লংকাকাণ্ড৷ অনাস্থা প্ৰস্তাৱক কেন্দ্ৰ কৰি নগৰ সমিতিত প্ৰচণ্ড মাৰপিট৷ চিলাপথাৰত নগৰ সমিতিৰ সভানেত্ৰীৰ বিৰুদ্ধে উত্থাপন হৈছিল অনাস্থা৷ ১২ গৰাকী ৱাৰ্ড কমিচনাৰৰ ৯ গৰাকীয়ে আনিছিল অনাস্থা৷ অনাস্থাৰ পাছত আস্থা ভোটৰ দিনটোত ঘটিল লংকাকাণ্ড৷ সাংসদ প্ৰদান বৰুৱা, বিধায়ক ভুৱন পেগুৰ সন্মুখতেই মাৰপিট৷