‘প্ৰথমে তুমি দেশপ্ৰেমিক হ’ব লাগিব’

68

‘প্ৰথমে তুমি দেশপ্ৰেমিক হ’ব লাগিব’।

ৰিয়ান পৰাগক সমালোচনা প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ এছ শ্ৰীশান্তৰ।

T20 বিশ্বকাপ জয়ক লৈ ৰিয়ান পৰাগৰ মন্তব্যক ‘অপেছাদাৰী’আখ্যা এছ শ্ৰীশান্তৰ।

T20 বিশ্বকাপৰ খেল উপভোগ কৰাৰ আগ্ৰহ নাই বুলি ৰিয়ান পৰাগে প্ৰকাশ কৰাৰ পাছত বিশ্বকাপ জয়ক লৈ কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া এছ শ্ৰীশান্তৰ।