প্ৰতিটো পৰিয়াললৈ ৫ লাখ টকাকৈ এককালীন অর্থ সাহায্য

78

প্ৰতিটো পৰিয়াললৈ ৫ লাখ টকাকৈ এককালীন অৰ্থ সাহায্য প্ৰদান কৰিব ৰাজ্য চৰকাৰে।এহেজাৰ দুহেজাৰ বা ১লাখ টকা নহয় এইবাৰ ৰাজ্য চৰকাৰে দিব মুঠ ৫ লাখকৈ টকা।পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনতে এই সুবিধা সমূহ লাভ কৰিব বুলি জানিব পৰা গৈছে ।মৃত ঠিকাভিত্তিক কৰ্মচাৰীৰ নিকট আত্মীয়লৈ আগবঢ়াব এই অনুদান।আপোনালোকে লাভ কৰিব ৫ লাখ টকাকৈ।আৰু প্ৰথম অৱস্থাত সামৰি লোৱা হৈছে প্ৰায় ৬১ হাজাৰ মৃত কৰ্মচাৰী।এটা ভাল খবৰ পূৰণ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা।প্ৰতিটো পৰিয়াললৈ ৫লাখ টকাকৈ এককালীন অৰ্থ সাহায্য প্ৰদান কৰিব ৰাজ্য চৰকাৰে।