প্ৰকৃতিৰ ৰোষত মিজোৰাম

69

প্ৰকৃতিৰ ৰোষত মিজোৰাম।

বিগত এমাহৰ পৰা অব্যাহত প্ৰকৃতিৰ তাণ্ডৱ।

আইজলৰ জেমাবাউকত ভূমিস্খলন।

জীৱন্তে ঘৰৰ ভিতৰত পোত গ’ল পিতৃ-মাতৃ আৰু ৪ বছৰীয়া সন্তান।

মৃত অৱস্থাত উদ্ধাৰ তিনিওগৰাকীক।