অসম তথা উত্তৰ-পূবত পুৱাই অনুভূত হয় ভূমিকম্পৰ জোকাৰণি। পুৱা ৫.১৫ বজাত এই ভূমিকম্পন অনুভূত হয়।
ৰিখটাৰ স্কেলত ভূমিকম্পটোৰ প্ৰবল্য আছিল ৬.১। আনহাতে এই ভূঁইকপৰ অভিকেন্দ্ৰ ম্যানমাৰ আছিল বুলি জানিব পৰা গৈছে। অৱশ্যে ভূমিকম্পৰ ফলত কোনো ক্ষয়-ক্ষতিৰ বাতৰি এতিয়াও লাভ হোৱা নাই।
