পুনৰ ভয়ংকৰ পথ দুর্ঘটনা

72

নিশা নগাঁৱৰ ধিং ৰোডৰ চলচলিত ৰহাত হস্পিতালৰ সমীপত ভয়ঙ্কৰ পথ দুৰ্ঘটনা।
পথ দুৰ্ঘটনাত নিহত বাইক আৰোহী।

জানিব পৰা মতে ৰূপহীৰ পৰা ধিং অভিমুখে গৈ থকা অৱস্থাত ইৰিস্কা আৰু মটৰ চাইকেলৰ মাজত সংঘৰ্ষত থিতাতে নিহত হয় ৰাহুল আহমেদ নামৰ বাইক আৰোহি যুৱকজন।

দুৰ্ঘটনাত মৃত্যু হোৱা যুৱকজন নগাঁৱৰে ঔঅনা গাঁৱৰ বুলি জানিব পৰা গৈছে।